top of page
Search


নিবন্ধকাৰ মুকুল নাথৰ গীতৰ পুথি 'শয়নে সপোনে’ উন্মোচন।।
শিৱসাগৰ জিলা সাহিত্য সভাৰ দ্বাৰা প্ৰকাশিত নিবন্ধকাৰ মুকুল নাথৰ গীতৰ পুথি 'শয়নে সপোনে’ আজি লেখকৰ নিজা বাসগৃহত উন্মোচন কৰা হয় । উন্মোচন কৰে...
Timeline Asom
Jul 31, 20201 min read


শাওনৰ বলিয়া বানে তচনচ কৰিলে কৃষকৰ সপোন
। চল্লিশ লক্ষাধিক টকাৰ কৃষি নষ্ট । শাওনমহীয়া বলিয়া বানে ৰাজ্যখনৰ প্ৰতিখন জিলাত কম-বেছি পৰিমাণে ক্ষতি সাধন কৰিছে । বিশেষকৈ কৃষিভূমি...
Timeline Asom
Jul 31, 20201 min read


অখিল গগৈৰ মুক্তিৰ দাবীত মৰিগাঁৱত কেইবাটাও সংগঠনৰ মানৱ-শৃংখল
বৃহস্পতিবাৰে দিনৰ ১১বজাত মৰিগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আহ্বানত অখিল গগৈৰ মুক্তিৰ দাবীত বঘৰা চাৰিআলিত এক মানৱ-শৃংখল কাৰ্যসূচী...
Timeline Asom
Jul 31, 20201 min read


পানীৰ মাজত এখন প্ৰতিবাদী মঞ্চ
শুকান ঠাইৰ প্ৰতিবাদ আপুনি বহু দেখিছে। কিন্তু এইবাৰ জলমগ্ন নদীৰ মাজত এক প্ৰতিবাদ। বৃহত্তৰ ডবকা চহৰত হাটে-বজাৰে, ৰাস্তাই-ঘাটে বহু প্ৰতিবাদ...
Timeline Asom
Jul 31, 20201 min read


দুলুং সোৱণশিৰি মহোৎসৱৰ শীৰ্ষ গীতৰ চিত্ৰগ্ৰহণৰ শুভ মহুৰত ।
দুলু্ং সোৱণশিৰি শীৰ্ষ গীতৰ চিত্ৰগ্ৰহণৰ শুভ মহুৰত দুলুং সংৰক্ষিত বনাঞ্চলৰ তাৰিয়ণিত অনুষ্ঠিত হৈ যায় । শুভ মহুৰতৰ বন্তি প্ৰজ্বলন কৰে দুলুং...
Timeline Asom
Jul 31, 20201 min read


মন্ত্ৰী অতুলৰ ভেঁটি কঁপাই বোকাখাতত আঞ্চলিক গণমৰ্চাৰ ৰণশিঙা।
বোকাখাতৰ পৰা পল্লৱ হাজৰিকাৰ বিশেষ প্ৰতিবেদন। সাম্প্ৰদায়িক বিজেপি-মিত্ৰজোঁটক উফৰাবৰ আহ্বান অজিত ভূঞাৰ। বোকাখাত নাট্য মন্দিৰত আঞ্চলিক গণ...
Timeline Asom
Jul 30, 20202 min read


বিহপুৰীয়া সমষ্টিৰ বনপুৰৈ জামুগুৰি-ধূনাগুৰিত খহনীয়া পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ
অসমৰ বান-খহনীয়া সমস্যাক স্থায়ী সমাধানৰ আশ্বাস সোণোৱালৰ।। অসমৰ ব্ৰহ্মপুত্ৰৰ উত্তৰপৰীয়া ৰাইজৰ প্ৰধান তথা জলন্ত সমস্যা বান আৰু খহনীয়া...
Timeline Asom
Jul 30, 20201 min read


বঢ়মপুৰত জনতাৰ লকডাউন ।।
নগাঁও জিলাৰ বঢ়মপুৰত জনতাৰ লকডাউনৰ অন্তিমটো দিন ।নগাঁৱৰ বঢ়মপুৰৰ নৱম অসম আৰক্ষী বাহিনীত এতিয়া আৰম্ভ হৈছে কৰ'ণাৰ গণ-সংক্ৰমণ ।একপ্ৰকাৰ কৰ'ণাৰ...
Timeline Asom
Jul 29, 20201 min read


নগৰৰ মাজমজিয়াত মৃত্যুৰ ক্ষণ গণিছে কৃষকৰ পোহনীয়া মহে
বোকাখাত নগৰৰ মাজমজিয়াত মৃত্যুৰ ক্ষণ গণিছে কৃষকৰ পোহনীয়া মহে । উচিত ব্যৱস্থা গ্ৰহন নকৰাৰ অভিযোগ বানাক্ৰান্তৰ।। ◾বোকাখাত মহকুমাৰ মাজমজিয়া...
Timeline Asom
Jul 29, 20201 min read


অখিল গগৈৰ মুক্তি আৰু এন.এইচ.পি.চি. বন্ধৰ দাবীত চাউলধোৱাত কৃষক মুক্তিৰ মানৱ শৃংখল ।।
"কা" আন্দোলনত জড়িত থকাৰ অপৰাধত দীৰ্ঘদিন ধৰি কাৰাবন্দী হৈ থকা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈক মুক্তিৰ দাবীত তথা নামনি সোৱণশিৰি...
Timeline Asom
Jul 29, 20201 min read


পুনৰ "কা" বাতিলৰ দাবীত কৃষক মুক্তিৰ আন্দোলন আৰম্ভ ।।
কৰ'না মহামাৰীৰ বাবে সুদীৰ্ঘ দিন বন্ধ হৈ থকা 'কা' বিৰোধী আন্দোলনৰ কাৰ্যসূচী পুনৰ আৰম্ভ কৰিলে কৃষক মুক্তিয়ে। সমগ্ৰ ৰাজ্যজুৰি কৃষক মুক্তিয়ে...
Timeline Asom
Jul 29, 20201 min read


ক'ৰবাত যদি প্ৰতিবাদ ক'ৰবাত নাম-প্ৰসংগ, পুথি পাঠ
ক'ৰবাত যদি প্ৰতিবাদ ক'ৰবাত নাম-প্ৰসংগ, পুথি পাঠ। উদ্দেশ্য কেৱল অখিল গগৈৰ মুক্তি। বিগত সপ্তাহত এজনৰ পিছত এজন "কা" বিৰোধী আন্দোলনকাৰীয়ে...
Timeline Asom
Jul 29, 20201 min read


ধুবুৰী আৰক্ষী আৰু স্বেচ্ছাসেৱী সংগঠন আস্থাই কৰে খাদ্য বিতৰণ
ধুবুৰীৰ কুন্টিৰচৰ গাঁৱত ধুবুৰী আৰক্ষী আৰু স্বেচ্ছাসেৱী সংগঠন আস্থাই কৰে খাদ্য বিতৰণ ।। মঙ্গলবাৰৰ দিনা ধুবুৰী আৰক্ষী আৰু আস্হা গ্ৰুপৰ পৰা...
Timeline Asom
Jul 29, 20201 min read


সুশান্ত সিং ৰাজপুত আত্মহত্যা। এগৰাকী অভিনেত্ৰীৰ বিৰুদ্ধে গোচৰ
* সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ সন্দৰ্ভত এগৰাকী অভিনেত্ৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল। * অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ বিৰুদ্ধে দাখিল কৰা হৈছে...
Timeline Asom
Jul 29, 20201 min read


Today's News Headlines আজিৰ মুখ্য বাতৰি
* কোভিড-১৯ত আক্ৰান্ত বিধানসভাৰ উপাধ্যক্ষ আমিনুল হক লস্কৰ। এছএমচিএইচত চিকিৎসাধীন উপাধ্যক্ষ লস্কৰ। * আজি ভাৰতত অৱতৰণ পাঁচ ৰাফেল যুদ্ধ...
Timeline Asom
Jul 29, 20201 min read


Today's News Headlines আজিৰ মুখ্য বাতৰি
১| স্বাধীন ভাৰতৰ এগৰাকী আগৰণুৱা যুঁজাৰু, দেশভক্ত তৰুণৰাম ফুকনৰ আজি ৮১ সংখ্যক মৃত্যুবাৰ্ষিকী । টাইমলাইন অসমৰ তৰফৰপৰা তেখেতক স্মৰণ কৰি...
Timeline Asom
Jul 28, 20201 min read


তিনিজন যুৱ-খেতিয়কৰ কৰুণ কাহিনী
তিনিজন যুৱ-খেতিয়কৰ কৰুণ কাহিনী ।। লকডাউনে ভাঙিলে তেওঁলোকৰ সপোন । নিজৰ অশেষ শ্ৰম আৰু ধন বিনিয়োগেৰে কৰা কৃষিডৰাৰ সন্মুখত আজি হুমুনিয়াহ...
Timeline Asom
Jul 28, 20201 min read


কুৰুৱাবাহী নগঞা গাঁৱৰ বিশেষভাৱে সক্ষম এটি শিশু
কুৰুৱাবাহী নগঞা গাঁৱৰ বিশেষভাৱে সক্ষম এটি শিশু ।। পোৱা নাই বিশেষ চৰকাৰী সা-সুবিধা। বোকাখাতৰ কুৰুৱাবাহী নগঞা গাঁৱৰ এটি বিশেষভাৱে সক্ষম...
Timeline Asom
Jul 28, 20201 min read


67th battalion BSFএ ৩হেজাৰ পেন্ট, ৪৮খন শাৰী, আৰু দুখন নাও সহ ৫টা চোৰাং গৰু জব্দ কৰে
ধুবুৰী আৰক্ষী আৰু 67th battalion BSFএ ৩হেজাৰ পেন্ট, ৪৮খন শাৰী, আৰু দুখন নাও সহ ৫টা চোৰাং গৰু জব্দ কৰে ।। সোমবাৰে ধুবুৰী আৰক্ষী আৰু 67th...
Timeline Asom
Jul 28, 20201 min read


নাও দুৰ্ঘটনাত ক্ষতিগ্ৰস্ত পৰিয়ালে নাপালে চৰকাৰী সাহাৰ্য
যোৱাটো বৰ্ষতে কুৰুৱাবাহীৰ ধনশিৰি নদীৰ বানপানীত হোৱা নাও দুৰ্ঘটনাত ক্ষতিগ্ৰস্ত পৰিয়ালে নাপালে চৰকাৰী সাহাৰ্য ।। যোৱাটো বৰ্ষতে অৰ্থাৎ ২০১৯...
Timeline Asom
Jul 28, 20201 min read
OUR PROGRAM
bottom of page