top of page

সুশান্ত সিং ৰাজপুত আত্মহত্যা। এগৰাকী অভিনেত্ৰীৰ বিৰুদ্ধে গোচৰ

Writer: Timeline Asom
Timeline Asom
Jul 29, 2020
1 min read

* সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ সন্দৰ্ভত এগৰাকী অভিনেত্ৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল।

* অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ বিৰুদ্ধে দাখিল কৰা হৈছে গোচৰ

* এজাহাৰ সুশান্ত সিং ৰাজপুতৰ পিতৃয়ে দাখিল কৰিছে।

* এজাহাৰত কৰা অভিযোগঃ সুশান্তক আত্মহত্যা কৰাৰ বাবে প্ৰৰোচনা কৰিছিল অভিনেত্ৰী ৰিয়াই।

পাটনাৰ মধ্য মণ্ডলৰ আৰক্ষীৰ মহাপৰিদৰ্শক সঞ্জয় সিঙে সদৰী কৰা তথ্যঅনুসৰি ইতিমধ্যে মুম্বাইলৈ ৰাওনা হৈছে চাৰিজনীয়া এটা আৰক্ষীৰ দল। মুম্বাই আৰক্ষীৰ পৰা ঘটনা সন্দৰ্ভত কেছ ডায়েৰীকে ধৰি আন প্ৰয়োজনীয় তথ্য সংগ্ৰহ কৰিব এই দলটোৱে

Comments


OUR PROGRAM
bottom of page