top of page

67th battalion BSFএ ৩হেজাৰ পেন্ট, ৪৮খন শাৰী, আৰু দুখন নাও সহ ৫টা চোৰাং গৰু জব্দ কৰে

  • Writer: Timeline Asom
    Timeline Asom
  • Jul 28, 2020
  • 1 min read

ধুবুৰী আৰক্ষী আৰু 67th battalion BSFএ ৩হেজাৰ পেন্ট, ৪৮খন শাৰী, আৰু দুখন নাও সহ ৫টা চোৰাং গৰু জব্দ কৰে ।।


সোমবাৰে ধুবুৰী আৰক্ষী আৰু 67th batalion BSFএ প্ৰায় তিনি হেজাৰ পেন্ট, ৪৮খন শাৰী, আৰু দুখন নাও সহ ৫টা চোৰাং গৰু ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমালৈ নিয়াৰ সময়ত জব্দ কৰে |


আনহাতে, ধুবুৰী আৰক্ষীৰ আন এক অভিযানত আদাবাৰী ১ম খণ্ডৰ পৰা প্ৰায় ১১টা চোৰাং গৰু জব্দ কৰিবলৈ সক্ষম হয় |


দুয়োটা ঘটনা সন্দৰ্ভত ধুবুৰী আৰক্ষীয়ে গোচৰ ৰুজু কৰে আৰু ভাৰতীয় আইন অনুসৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব টাইমলাইন অসমৰ প্ৰতিবেদকক জানিবলৈ দিয়ে।


ধুবুৰীৰ পৰা বিজু ভকতৰ প্ৰতিবেদন Timeline অসম ।।

コメント


OUR PROGRAM
bottom of page