top of page
  • Writer's pictureTimeline Asom

Today's News Headlines আজিৰ মুখ্য বাতৰি


১| স্বাধীন ভাৰতৰ এগৰাকী আগৰণুৱা যুঁজাৰু, দেশভক্ত তৰুণৰাম ফুকনৰ আজি ৮১ সংখ্যক মৃত্যুবাৰ্ষিকী । টাইমলাইন অসমৰ তৰফৰপৰা তেখেতক স্মৰণ কৰি জনাইছোঁ সশ্ৰদ্ধ প্ৰণিপাত ।


২| সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্যৰ আজি ৮৮ সংখ্যক জন্মদিন । টাইমলাইন অসমৰ তৰফৰপৰা তেখেতক স্মৰণ কৰি জনাইছোঁ সশ্ৰদ্ধ প্ৰণিপাত ।


৩| বিশ্বৰ উত্তম খাদ্যৰ তালিকাত কঁঠাল ।


৪| ৰাজ্যত কৰ'ণাৰ ভয়াৱহ সংক্ৰমণৰ মাজতে শেহতীয়াকৈ আক্ৰান্ত ৰোগীৰ সংখ্যা-৩৩৫৭৬ গৰাকীলৈ বৃদ্ধি ।


সুস্থ হোৱা ৰোগীৰ সংখ্যা-২৫৪০২ গৰাকী,

চিকিৎসাধীন ৰোগীৰ সংখ্যা-৮০৮৫ গৰাকী

আৰু বিয়োগ হোৱা ৰোগীৰ সংখ্যা-৮৮ গৰাকী।


৫| গুৱাহাটী মহানগৰীত সান্ধ্য আইন চলি থকাৰ মাজতে এটা বিশেষ এপাৰ্টমেন্টৰ এগৰাকী ৰহস্যময়ী মহিলাৰ কোঠাত লাখ লাখ টকা উদ্ধাৰ । বাতৰি লিখা পৰ্যন্ত টকাৰ পৰিমাণ ৭৩ লাখ টকা।


৬| অসম বিধান সভাৰ উপাধ্যক্ষ আমিনুল হক লস্কৰ ক'ভিড -১৯ পজিটিভ ।


- অভিজিত গগৈ, টাইমলাইন অসম।

10 views0 comments

Comments


bottom of page