top of page

ধুবুৰী আৰক্ষী আৰু স্বেচ্ছাসেৱী সংগঠন আস্থাই কৰে খাদ্য বিতৰণ

  • Writer: Timeline Asom
    Timeline Asom
  • Jul 29, 2020
  • 1 min read

ধুবুৰীৰ কুন্টিৰচৰ গাঁৱত ধুবুৰী আৰক্ষী আৰু স্বেচ্ছাসেৱী সংগঠন আস্থাই কৰে খাদ্য বিতৰণ ।।

ree

মঙ্গলবাৰৰ দিনা ধুবুৰী আৰক্ষী আৰু আস্হা গ্ৰুপৰ পৰা ধুবুৰী কুন্টিৰচৰ নামৰ গাঁৱৰ বানপীড়িত লোকসকলক খাদ্য বিতৰণ কৰে । জানিব পৰা মতে, কুন্টিৰচৰ গাঁৱৰ লোকসকলে বানৰ কবলত খাদ্যৰ সমস্যাত ভুগি অতি কষ্টেৰে অস্থায়ীভাৱে বসবাস কৰি আছে । এনে এক স্পৰ্শকাতৰ সময়ত ধুবুৰী আৰক্ষী আৰু আস্থা গ্ৰুপৰ এই মহান কামৰ শলাগ লৈছে অঞ্চলৰ সচেতন ৰাইজে ।


ree

ধুবুৰীৰ পৰা বিজু ভকতৰ প্ৰতিবেদন Timeline অসম ।।

Comments


OUR PROGRAM
bottom of page