মেগাষ্টাৰ বিগ বি অমিতাভ বচ্চন কৰ'ণা পজিটিভ।
- Timeline Asom
- Jul 12, 2020
- 1 min read
AMITABH BACHCHAN: COVID 19 POSITIVE

এই কথা নিজেই টুইটাৰ যোগে প্ৰকাশ কৰে ।
অভিনেতা গৰাকীৰ পৰিয়ালৰ সকলো সদস্যৰে কভিদ টেষ্ট কৰা হয় । মুম্বাই স্হিত নানাৱতী হস্পিতালত ভৰ্তি কৰোৱা হৈছে
বলীউডৰ অভিনেতা গৰাকীয়ে বিগত দহ দিনত তেওঁৰ সংস্পৰ্শলৈ অহা সকলোকে কভিদ টেষ্ট কৰিবলৈ twitter যোগে আহ্বান জনায়।
বৰ্তমানলৈ অভিনেতা গৰাকী সুস্হিৰ অৱস্থাত আছে বুলি ডক্টৰে জনায় ।

তেওঁৰ বয়স বেছি হোৱাৰ বাবে তেওঁ ৰ শুভাকাংশী সকলে চিন্তা কৰিছে ।
আজি ৰাতিপুৱাৰ ভাগত বিগ বি ৰ পুত্ৰ অভিষেক বচ্চ কৰ'ণা পজিটিভ বুলি ফলাফল আহে ।
Comments