top of page

ভেন্টিলেটৰ ছাপৰ্টত আছে প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী

  • Writer: Timeline Asom
    Timeline Asom
  • Aug 16, 2020
  • 1 min read

আই চি ইউত ভেন্টিলেটৰ ছাপৰ্টত প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী


প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ স্বাস্থ্য অপৰিৱৰ্তিত অৱস্থাত। দিল্লীৰ আৰ্মি ৰিচাৰ্ছ এণ্ড ৰেফাৱেল হাস্পতালত চিকিতসাধীন হৈ আছে প্ৰাক্তন ৰাষ্ট্ৰপতি গৰাকী। তেওঁ এতিয়াও সংকটমুক্ত হোৱা নাই । ৮৪বছৰীয় প্ৰণৱ মুখাৰ্জী অস্ত্ৰোপচাৰৰ পাছত ৯৬ঘন্টীয়া চিকিতসকৰ পৰ্যবেক্ষণৰ সময় অন্ত পৰিছে।

Comments


OUR PROGRAM
bottom of page