top of page
  • Writer's pictureTimeline Asom

TIWA AUTOMOUS COUNCIL ELECTION RESULTS

তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনত মৰিগাঁও বি জে পি বৃহৎ সফলতা



মৰিগাঁৱত ১৯ টা পৰিষদীয় সমষ্টিৰ ভিতৰত ১৮ টা সমষ্টিৰ বাবে পুৱা ৮ বজাৰ পৰা মৰিগাঁও মহাবিদ্যালয়ত আৰম্ভ হৈছিল ভোট গণনা ।


ইতিমধ্যে ১৬ টা সমষ্টিতে বি জে পি দলে নিৰংকুশ বিজয় সাব্যস্ত কৰাৰ বিপৰীতে অ গ প ই দুখন আসনত বিজয় সাব্যস্ত কৰে।


৭নং গড়মাৰী অগপ-ৰুনামনি বড়োদাস।

৩নং ভূৰবন্ধা বিজেপি-বিনয় কোঁৱৰ।

৫নং ঢেঁকীফলা বিজেপি-বীণাপানী বৰদলৈ।

১নং জামাদাৰী বিজেপি-দুলাল ব্ৰহ্ম।

১৭নং ভোমোৰাগুৰি বিজেপি-দেৱকান্ত বৰদলৈ।

১৩নং নেলী খোলা বিজেপি-জীৱন কোঁৱৰ।

১৫নং বিহুবড়ী বিজেপি-পীতাম্বৰ বৰদলৈ।

৯নং দমাল বিজেপি-পবন মান্তা।

২৩নং জৰাবাৰী বিজেপি-গীতামনি কলিতা।

১১নং জোনবিল বিজেপি-বিনীতা দৈমাৰী।

৪নং কোঁৱৰগাঁও বিজেপি-জীৱন চন্দ্ৰ কোঁৱৰ।

১৬নং শ'লমাৰী বিজেপি-নয়নমনি পাটৰ।

৬নং মানিপুৰ বিজেপি-আইমনি পাটৰ।

১৮নং চাৰিপুনীয়া চাবুকধৰা বিজেপি-মদন দেউৰী।

২নং বৰঙনী বিজেপি - অংকুৰ দেউৰী।

১০নং তেতিলীয়া বিজেপি-খগেন চন্দ্ৰ বৰদলৈ।

৮নং ঘগুৱা বিজেপি-মিহিৰাম বৰদলৈ।

১২নং ন-খোলা বিজেপি-তুলসী বৰদলৈ।

১৯ নং বৰচিলা অগপ- চম্পেশ্বৰ বৰদলৈ।



মৰিগাঁৱৰ পৰা ভৰত কুমাৰ নাথৰ ৰিপ'ৰ্ট

49 views0 comments

Recent Posts

See All

Comments


bottom of page