top of page
  • Writer's pictureTimeline Asom

ধিং এক্সপ্ৰেছ হীমা দাসৰ দলে পালে স্বৰ্ণপদক

এছিয়ান গেমছৰ ৰূপৰ পদক প্ৰাপক ধিং এক্সপ্ৰেছ হীমা দাসৰ দলে পালে স্বৰ্ণপদক ।।

২০১৮ চনৰ এছিয়ান গেমছৰ স্বৰ্ণপদক এইবাৰ ধিং এক্সপ্ৰেছ খ্যাত হিমা দাসৰ দললৈ । উল্লেখযোগ্য যে ২০১৮ চনত জাকাৰ্টাত অনুুষ্ঠিত 4X400 মিক্সড ৰীলেত ৰূপৰ পদক পাইছিল হিমাৰ দাসৰ দলটিয়ে আৰু স্বৰ্ণপদক পাবলৈ সক্ষম হৈছিল বাহৰেইনৰ দলটিয়ে । বাহৰেইনৰ দলটিৰ এগৰাকী সদস্যৰ দেহত ড’প টেষ্টত নিষিদ্ধ দ্ৰৱ্য ধৰা পৰাত এছিয়ান গেমছৰ সিদ্ধান্ত মৰ্মে পোভাম্মা, আৰোকিয়া আৰু মহম্মদ আনাছে অংশগ্ৰহন কৰা হিমা দাসৰ দলটিয়ে স্বৰ্ণ পদক লাভ কৰে !


ধিঙৰ পৰা দীপজ্যোতি কাকতি টাইমলাইন অসম ।।

10 views0 comments

Recent Posts

See All

Commentaires


OUR PROGRAM
bottom of page