top of page
  • Writer's pictureTimeline Asom

COVID19 cases detected out of 41958 tests conducted in last 24 hrs.Positivity rate~ 5.65%


বিগত ২৪ ঘন্টাত ৪১হাজাৰ ৯৫৮টা পৰীক্ষা সম্পাদন কৰাৰ পিছত ৰাজ্যত নতুনকৈ আজি ২৩৭১ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷

আক্ৰান্তৰ হাৰ ৫.৬৫শতাংশ ৷

আজি আক্ৰান্ত হোৱা বুলি চিনাক্তসকলৰ ভিতৰৰ ৪১৪ গৰাকী ৰোগী কামৰূপ(ম)ৰ, ২৮২ গৰাকী ডিব্ৰুগড়ৰ, ২৫১গৰাকী নগাঁৱৰ আৰু ১৯২গৰাকী কামৰূপৰ ৷ ↗️ অসমত বৰ্তমানলৈ কোভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা -- ৪৫২৭৫ জন ৷ ↗️ ৰাজ্যত সম্প্ৰতি ১২৭৭৯ গৰাকী এনে ৰোগী চিকিৎসাধীন হৈ আছে ৷ ↗️ সুস্থ হোৱা ৰোগীৰ সংখ্যা - ৩২৩৮৪ ↗️ বিয়োগ হোৱা ব্যক্তিৰ সংখ্যা - ১০৯ 2371 new #COVID19 cases detected out of 41958 tests conducted in last 24 hrs. Positivity rate~ 5.65% Max case~ Kamrup (M): 414, Dibrugarh- 282, Nagaon- 251, Kamrup (R)- 192 ↗️Total cases 45275 ↗️Recovered 32384 ↗️Active cases 12779 ↗️Deaths 109

5 views0 comments

コメント


bottom of page