Anupam Kher’s mother, brother, sister-in-law and niece: COVID-19 positive
- Timeline Asom
- Jul 12, 2020
- 1 min read

বলীউডৰ অভিনেতা অনুপম খেৰৰ মাতৃ আৰু ভাতৃ কৰণা পজিটিভ ।
এই কথা twiiter যোগে প্ৰকাশ কৰে অভিনেতা গৰাকীয়ে।
বলীউডৰ অভিনেতা পৰিয়ালৰ ইজনৰ পিছত সিজন ক'ৰণাত আক্ৰান্ত হোৱা পৰিলক্ষিত হৈছে ।
যোৱা নিশা বিগ বি অমিতাভ বচ্চনৰ পৰিয়াল ক'ৰণাত আক্ৰান্ত হৈছিল।
অনুপম খেৰৰ মাতৃ আৰু ভাতৃক মুম্বাইৰ 'কোকিলাবেন হস্পিতালত 'চিকিৎসাধীন হৈ আছে ।
ইতিমধ্যে অনুপম খেৰ আৰু পৰিয়ালক কোৱাৰেন্টাইন কৰা হৈছে ।
গুৱাহাটী ৰ পৰা ৰাজ দাসৰ প্ৰতিবেদন #timline_assam
Comments