top of page
  • Writer's pictureTimeline Asom

স্বাধীনতা দিৱসৰ বাবে ৰাজ্য চৰকাৰৰ বিশেষ নিৰ্দেশনা



- কোভিড১৯ৰ উত্তেজনাৰ মাজতেই এইবাৰ উদযাপন হ’ব স্বাধীনতা দিৱস।


- শনিবাৰে উদযাপন হ’ব লগা স্বাধীনতা দিৱসৰ বাবে কিছু শিথিলতা ৰাজ্য চৰকাৰৰ৷


- শনিবাৰ আৰু দেওবাৰে সম্পূৰ্ণ বন্ধ ঘোষণা কৰা হৈছিল


- শনিবাৰৰ দিনা স্বাধীনতা দিৱস হোৱাৰ হেতু পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ শিথিলতা


- এই সময়চোৱাত ৰাজ্যবাসীয়ে উদযাপন কৰিব পাৰিব স্বাধীনতা দিৱস।


- অৱশ্যে মানি চলিব লাগিব কোভিড১৯ৰ ক্ষেত্ৰত বান্ধি দিয়া প্ৰট’ক’ল, সামাজিক দূৰত্ব।

11 views0 comments

Comments


bottom of page