top of page
  • Writer's pictureTimeline Asom

সোণাৰী সমষ্টিৰ বিধায়িকা নৱনীতা সন্দিকৈ কৰ'না পজিটিভ


সোণাৰী সমষ্টিৰ বিধায়িকা নৱনীতা সন্দিকৈ কৰ'না পজিটিভ বুলি স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে ঘোষনা কৰে ৷ তেওঁৰ সংস্পৰ্শত থকা লোকসকলক টেষ্ট কৰাবলৈ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে ৷ চৰাইদেউ জিলাৰ ৰজাপুখুৰী অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে পৰ্যবেক্ষন কৰে ৷ ইতিমধ্যে যোৱা ১৬ জুলাইত নৱনীতা সন্দিকৈৰ পুত্ৰ কৰণজিৎ সন্দিকৈ, তেওঁৰ লগত থকা ড্ৰাইভাৰ আৰু গাৰ্ডৰ কৰ'না পজিটিভ চিনাক্ত হৈছিল ৷ সম্প্ৰতি তেওঁলোক ৰজাপুখুৰী চিকিৎসালয়ত চিকিৎসাধীন ৷

- সাপেখাটীৰ পৰা উজ্জ্বল স্মৰণ দত্ত টাইমলাইন অসম ।।

3 views0 comments

Comentários


bottom of page