top of page

মৰিগাঁৱত হত্যাকাণ্ড ।। গাৰ্হস্থ্য হিংসাৰ পৰিণতিত এই হত্যাকাণ্ড ।

Writer: Timeline Asom
Timeline Asom
Jul 22, 2020
1 min read

মৰিগাঁও জিলাৰ চহৰীয়া গাঁৱত হত্যাকাণ্ড সংঘটিত হয় । উল্লেখ্য যে ঘৰুৱা বিবাদ মিমাংসা কৰিবলৈ যোৱা ফৈজুদ্দিনক দাৰে ঘপিয়াই হত্যা কৰে তেওঁৰ জোৱায়েক মুজামিল হকে।

হত্যাকাৰী মোজামিলৰ ঘৰ ডিমাপুৰত বুলি জানিব পৰা গৈছে। হত্যাকাৰী মুজামিলক ভিডিপি পাৰ্টিৰ সম্পাদক নাছিৰ খান আৰু সভাপতি আবু কাছেমৰ লগতে ৰাইজৰ সহযোগত পুলিচক চমজাই দিয়ে।

হত্যাকাৰীটো ঘৰ-জো‍্ঁৱাই আছিল বুলি জানিব পৰা গৈছে।

ল্লেখ্য যে মৃত লোকজনে ইহ সংসাৰত ৩ জন কৈ কনকন ল'ৰা-ছোৱালীৰ লগতে পত্নীক এৰি থৈ যায় ।


ধিঙৰ পৰা দীপজ্যোতি কাকতিৰ প্ৰতিবেদন টাইমলাইন অসম।।

Comments


OUR PROGRAM
bottom of page