top of page

মৈৰাবাৰীৰ হাতীমুৰীয়াত পুখুৰীত পৰি ছাত্ৰৰ সলিল সমাধি

Writer: Timeline Asom
Timeline Asom
Jul 23, 2020
1 min read


মৈৰাবাৰীৰ হাতীমুৰীয়া গাঁৱত সপ্তম শ্ৰেণীত পঢ়ি থকা এটি ১৩ বছৰীয়া ছাত্ৰৰ পানীত পৰি মৃত্যু ঘটাত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। এম. ই. মাদ্ৰাছাত অধ্যয়ন কৰি আছিল ছাত্ৰ জনে। ছাত্ৰজনৰ নাম শ্বাজিব । আজি ৰাতিপুৱা সমনীয়া দুজনমান বন্ধুৰ সৈতে ছাত্রজনে খালকাটা বিলৰ কাষত এটা প্ৰকাণ্ড পুখুৰীত গা-ধুবলৈ গৈ দ' পানীত পিছলি পৰাত মৃত্যু ঘটে।

- ধিঙৰ পৰা দীপজ্যোতি কাকতিৰ প্ৰতিবেদন টাইমলাইন অসম ।।

Comments


OUR PROGRAM
bottom of page