![](https://static.wixstatic.com/media/f16afa_a6de7c8c20ea44c991fab130cccf2026~mv2.jpg/v1/fill/w_980,h_552,al_c,q_85,usm_0.66_1.00_0.01,enc_auto/f16afa_a6de7c8c20ea44c991fab130cccf2026~mv2.jpg)
বিশ্বনাথ জিলাৰ অন্তৰ্গত বিহালী সমষ্টিৰ নিজ-বিহালী গাওঁ পঞ্চায়তৰ অন্তৰ্গত ৮নং ৱাৰ্ডৰ ৰাংছালী সোণাৰী গাঁৱৰ পৰা কমাৰপুখুৰী সংযোগী পথটোৰ দুৰৱস্থা দেখি একাংশ সচেতনলোকে অসম চৰকাৰলৈ অনুৰোধ জনাই যে অতি সোনকালে উক্ত পথটোৰ মেৰামতি কৰি দিয়ে যেন । বৰ্তমান পথটো বোকাময় পৰিবেশ আৰু পথটোৱেদি মানুহ অহা-যোৱা কৰাত বহু সমস্যাত ভুগিছে স্থানীয় ৰাইজে ।
বিশ্বনাথৰ পৰা পলাশ প্ৰিয়মৰ প্ৰতিবেদন
টাইমলাইন অসম ।।
Comments