top of page

বিহালীত অচিনাক্ত মৃতদেহ উদ্ধাৰ

Writer: Timeline Asom
Timeline Asom
Jun 30, 2020
1 min read

বিহালীত অচিনাক্ত মৃতদেহ উদ্ধাৰ




বিহালীৰ বেঙাবাৰীত অচিনাক্ত মৃতদেহ উদ্ধাৰ বিহালী থানাৰ অন্তর্গত বেঙাবাৰী পথাৰত আজি এটি মৃতদেহ উদ্ধাৰ হয় !ৰাতিপুৱা স্হানীয় ৰাইজে প্রত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে মৃতদেহ মৰোনত্তৰ পৰীক্ষাৰ বিহালী প্রাথমিক স্বাস্হ্য কেন্দ্রলৈ লৈ যায় !মুখমণ্ডলত আঘাতৰ চিন থকা আনুমানিক ৫০বছৰীয়া মানুহজন এতিয়া লৈকে চিনাক্ত হোৱা নাই !


বিশ্বনাথৰ পৰা পলাশ প্ৰিয়মৰ ৰিপৰ্ট : ২৭ জুন

Comments


OUR PROGRAM
bottom of page