top of page

বিশিষ্ট সাহিত্যিক ৰামৰাজা সিংহৰ জন্মজয়ন্তী পালন

  • Writer: Timeline Asom
    Timeline Asom
  • Jul 27, 2020
  • 1 min read

ৰংপুৰ সাহিত্য সভাৰ উদ্যোগত আজি শিৱসাগৰৰ বিশিষ্ট সাহিত্যিক তথা চিন্তাশীল ব্যক্তি প্ৰয়াত ৰামৰাজা সিংহৰ ওপজা দিন অনুষ্টুপীয়াকৈ নিজা বাসগৃহত অনুষ্ঠিত কৰা হয়। ৰংপুৰ সাহিত্য সভাৰ সম্পাদক জনম খনিকৰে আঁত ধৰা অনুষ্ঠানত জিলা সাহিত্য সভাৰ সম্পাদক সন্তোষ দত্ত, সহকাৰী সম্পাদক মনোজ কুমাৰ গগৈ, ৰামৰাজা সিংহৰ পুত্ৰ সঞ্জয় সিনহা, বোৱাৰী মৃদুস্মিতা সিনহা, নিবন্ধকাৰ মুকুল নাথ, উজ্জ্বল ঠাকুৰ, প্ৰশান্ত বৰগোহাঁই উপস্থিত থাকি বক্তব্য আগবঢ়ায়।


শিৱসাগৰৰ পৰা মাধৱ গগৈৰ প্ৰতিবেদন টাইমলাইন অসম ।

Comments


OUR PROGRAM
bottom of page