top of page

বানপীড়িতক খাদ্য-সামগ্ৰী বিতৰণ কৰিলে জিতু এণ্টাৰপ্ৰাইজে

  • Writer: Timeline Asom
    Timeline Asom
  • Jun 30, 2020
  • 1 min read


বানপীড়িতক খাদ্য-সামগ্ৰী বিতৰণ কৰিলে জিতু এণ্টাৰপ্ৰাইজে

শিৱসাগৰৰ অন্যতম ব্যৱসায়িক প্ৰতিষ্ঠান জিতু এণ্টাৰপ্ৰাইজে বানত সর্বশ্ৰান্ত হোৱা লোকক খাদ্য-সামগ্ৰী যোগান ধৰি অলপ সকাহ দিয়াৰ প্ৰয়াস কৰে । ভাটী বনগাঁৱৰ ১৫০ টা পৰিয়ালৰ লগতে শেনচোৱা গাঁৱতো জিতু এন্টাৰপ্ৰাইজে খাদ্য-সামগ্ৰী বিতৰণ কৰে।


আনহাতে দৰবাৰ খেলপথাৰতো ২২০ গৰাকী লোকক আহাৰ বিতৰণ কৰে। উল্লেখ্য যে, জিতু এণ্টাৰপ্ৰাইজৰ স্বত্বাধিকাৰী তথা সমাজকৰ্মী ৰফিকুল হাজৰিকাই নিজে উপস্থিত থাকি সামগ্ৰীসমূহ বিতৰণ কৰে।



শিৱসাগৰৰ পৰা


মাধৱ গগৈৰ প্ৰতিবেদন


টাইমলাইন অসম ।।


Comentarios


OUR PROGRAM
bottom of page