top of page

ধিঙৰ মৈৰাধ্বজত এজন লোকৰ দেহত কভিড 19

Writer: Timeline Asom
Timeline Asom
Jul 3, 2020
1 min read

নগাঁৱৰ জিলাৰ ধিঙৰ মৈৰাধ্বজত এজন লোকৰ দেহত পুনৰ কভিড 19 ধৰা পৰিছে


উল্লেখ্য যে মৈৰাধ্বজৰ বাসিন্দা প্ৰয়াত ইচৱ আলিৰ পুত্ৰ ইক্ৰামুল হুছেইন নামৰ লোকজন যোৱা ২২ মে' তাৰিখে কেৰেলাৰ পৰা অহাৰ পাছত কোৱাৰেন্টিনত থাকি নিগেটিভ ৰিজাল্টৰে ঘৰত অহাৰ পিছত যোৱা ১০ জুনৰ পৰা অহা ৭ জুলাই তাৰিখৰ লৈকে হোম কোৱাৰেন্টিনত থাকিবলগীয়া লোকজনৰ পজিটিভ ৰিজাল্ট অহাত অঞ্চলটোত ব্যাপক চাঞ্চ্যলৰ সৃষ্টি হৈছে।

ধিঙৰ পৰা দীপজ্যোতি কাকতিৰ সহযোগত বৰঙাবাৰীৰ পৰা জুলফিকাৰ আলি,

টাইম লাইন অসম ।।

Comments


OUR PROGRAM
bottom of page