top of page

ধিঙত বিদ্যুৎস্পৃষ্ট হৈ ৫ বছৰীয়া শিশুৰ মৃত্যু

  • Writer: Timeline Asom
    Timeline Asom
  • Jul 4, 2020
  • 1 min read

ধিঙত বিদ্যুৎস্পৃষ্ট হৈ ৫ বছৰীয়া শিশুৰ মৃত্যু।



ree

নগাঁও জিলাৰ ধিং থানাৰ অন্তৰ্গত ধূপ'গুৰিৰ ডাকাইবস্তিত ৰাতিপুৱা শুৱাৰ পাটিৰ পৰা উঠিয়ে বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যুক সাৱটিলে ৫ বছৰীয়া শিশু ৱাহিদুল ইছলামে ।

উল্লেখ্য যে ঘৰৰ নিচেই কাষেদি যোৱা বিদ্যুৎ সংযোগী তাৰ এডাল চিঙি মাটিত পৰি থকাত স্থানীয় ৰাইজে প্ৰত্যেক্ষ কৰে আৰু তাৎক্ষনিকভাৱে বিদ্যুৎ বিভাগীয় কৰ্তৃপক্ষক কথাটো অৱগত কৰে যদিও বিভাগীয় লোকে কোনো কাণষাৰ নিদিয়াত আৰু অঞ্চলটোৰ লাইনমেনে গাফিলতি কৰি বিদ্যুৎ সংযোগ বিছিন্ন নকৰাৰ ফলত এনে ঘটনা সংগঠিত হয় বুলি স্থানীয় ৰাইজে মত প্ৰকাশ কৰে !


ধিঙৰ পৰা দীপজ্যোতি কাকতিৰ প্ৰতিবেদন

টাইম লাইন অসম।।

 
 
 

Comments


OUR PROGRAM
bottom of page