top of page

চাপানলাত কভিড-১৯ৰ ভয়াবহ সংক্ৰমণৰ আশংকা

  • Writer: Timeline Asom
    Timeline Asom
  • Jul 3, 2020
  • 1 min read

নগাঁৱৰ চাপানলাত কভিড-১৯ৰ ভয়াবহ গণসংক্ৰমণৰ আশংকা।



চাপানালাৰ বৰঘাটৰ চাৰিজন লোকৰ দেহত ধৰা পৰিছে কভিড-১৯ । জিতু ওৰাং, পুইটু ওৰাং, অজয় ওৰাং আৰু জিতেন ওৰাঙৰ দেহত কভিড-১৯ ৰ সংক্ৰমণ।

উল্লেখ্য যে অজয় ওৰাঙে কিছুদিন পূৰ্বে পলুৱাই আনিছিল এগৰাকী যুৱতীক।

তদুপৰি জানিব পৰামতে চাপানলাৰ বজাৰত কভিড আক্ৰান্ত ৰোগীয়ে সামগ্ৰী ক্ৰয় কৰিছিল।

চাপানলাৰ এখন চেলুনত দাড়ী কাটিছিল এজন কভিড আক্ৰান্তই। সম্প্ৰতি

অঞ্চলটোত বন্ধ কৰি দিয়া হৈছে দোকান বজাৰ।


পুৰণিগুদামৰ পৰা ধ্ৰুৱজ্যোতি গায়ন

টাইমলাইন অসম ।।

Comments


OUR PROGRAM
bottom of page