top of page
  • Writer's pictureTimeline Asom

কেৱল বিতৰ্কত ব্যস্ত হৈ থকা বিধায়কৰ মনত নাই সমষ্টিৰ উন্নয়নৰ কথা

। বিজেপিৰ দখলত থকা হোজাই সমষ্টিৰ জৰাজীৰ্ণ বাট-পথে উদঙালে উন্নয়নৰ জীয়া ছবি।

বিধায়ক শিলাদিত‍্য দেৱৰ সমষ্টিত বাট-পথৰ এই দুৰৱস্থা । বিধ্বস্ত বাট-পথৰ বাবে যিকোনো মূহুৰ্ততে সংঘটিত হ'ব পাৰে ভয়ংকৰ দুৰ্ঘটনা । প্ৰতি বছৰে একো একোখনকৈ বহু নামফলক লগোৱা দেখিলে এই অঞ্চলটোৰ ৰাইজে । কিন্তু দীৰ্ঘদিনে মেৰামতি নহ'ল বৰপুখুৰী গাওঁ পঞ্চায়তৰ কছাৰীবস্তিৰ এই জৰাজীৰ্ণ পথচোৱা। অঞ্চলবাসীয়ে অতিষ্ঠ হৈ ৰাজপথত ভূঁই-ৰুই সাব্যস্ত কৰিলে প্ৰতিবাদ ।


ডবকাৰ পৰা হাচনুল ইছলামৰ প্ৰতিবেদন টাইম লাইন অসম ।।

6 views0 comments

Komentarze


bottom of page