top of page

কামপুৰত শোকাৱহ ঘটনা

  • Writer: Timeline Asom
    Timeline Asom
  • Jul 7, 2020
  • 1 min read

ree

কামপুৰৰ চেঙাজানত শোকাবহ ঘটনা।বাঢ়নী পানীত উটি গ'ল এটি শিশু।৭ বছৰীয়া শিশুটিৰ নাম ম: ফাৰুক।নাৱেৰে মোমায়েকৰ ঘৰলৈ গৈ থাকোতে নাৱৰ পৰা পৰি কৰুণ মৃত্যুক সাৱতি লয় শিশুটি।বায়েকৰ সৈতে মোমায়েকৰ ঘৰলৈ গৈছিল শিশুটি।ইতিমধ্যে স্থানীয় ৰাইজে উদ্ধাৰ কৰিছে শিশুটি।ঘটনাস্থলিত কামপুৰ আৰক্ষী উপস্থিত হৈ শিশুটিৰ মৰনোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰিছে


কামপুৰৰ পৰা কুকিল বৰা টাইমলাইন অসম

Comments


OUR PROGRAM
bottom of page