কামপুৰত ঘৰে ঘৰে গৈ কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা কংগ্ৰেছৰ ।
- Timeline Asom
- Jul 10, 2020
- 1 min read

সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কৃৰ্তিত্ব অৰ্জন কৰা বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত কামপুৰৰ দেৱ-নাৰিকলি আৰু নিজ-কামপুৰ পঞ্চায়তৰ ছাত্ৰ-ছাত্ৰীক আজি কংগ্ৰেছ দলে ঘৰে ঘৰে গৈ সম্বৰ্ধনা জ্ঞাপন কৰে । উল্লেখযোগ্য যে, বঢ়মপুৰ সমষ্টিৰ নেতা সুৰেশ বৰাৰ শাৰীৰিক অসুস্থতাৰ বাবে তেওঁৰ হৈ মণ্ডল আৰু যুৱ কংগ্ৰেছে প্ৰদান কৰে এই সন্মান ।
কামপুৰৰ পৰা কুকিল বৰাৰ প্ৰতিবেদন টাইমলাইন অসম
Comments