top of page

কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বৰকলা হাৰিয়া দলঙৰ সমীপত অঘটন।

  • Writer: Timeline Asom
    Timeline Asom
  • Jul 4, 2020
  • 1 min read

হাৰিয়া নদীত গা ধুবলৈ গৈ বাঢ়নী পানীত উটি গ'ল এজন যুৱক।শ্মশানত মৃতকক সৎকাৰ কৰি গা ধুবলৈ নামিছিল হাৰিয়া নদীত। যুৱকজনৰ নাম চিংকু বৰদলৈ। স্থানীয় ৰাইজে যুৱকজনৰ সন্ধানত অভিযান চলাইছে যদিও কোনো সন্ধান পোৱা নাই ।

কামপুৰৰ পৰা কুকিল বৰাৰ প্ৰতিবেদন

টাইমলাইন অসম

Comments


OUR PROGRAM
bottom of page