top of page

অসমৰ খেলুৱৈয়ে আই পি এলত স্থান লাভ কৰিছে

  • Writer: Timeline Asom
    Timeline Asom
  • Aug 16, 2020
  • 1 min read

ভালখবৰঃ অসমৰ খেলুৱৈয়ে আই পি এলত স্থান লাভ কৰিছে নেট বলাৰ হিচাপে

ree

অসমৰ চাৰি জন প্ৰতিভাৱান যুৱ ক্ৰিকেটাৰে ডুবাইত অনুষ্ঠিত হ'বলগীয়া আইপিএলত নেট বলাৰ হিচাপে স্থান লাভ কৰিছে । আইপিএলৰ ৰাজস্থান ৰয়েলছে নিৰ্বাচিত কৰা খেলুৱৈ সকল হ’ল জিতুমনি কলিতা, ৰাহুল সিং আৰু মৃন্ময় দত্ত । জিতুমনি কলিতা লক্ষীমপুৰৰ, ৰাহুল সিং আৰু মৃন্ময় দত্ত শিলচৰৰ।

আনহাতে হায়দৰাবাদ চানৰাইজাৰ্চে নিৰ্বাচন কৰে ডিব্ৰুগড়ৰ মুখতাৰ হুচেইনক ।

Comments


OUR PROGRAM
bottom of page