top of page

অসম সাহিত্য সভাৰ এক প্ৰশংসনীয় পদক্ষেপ

Writer: Timeline Asom
Timeline Asom
Aug 15, 2020
1 min read

Updated: Aug 16, 2020

কৃতী শিক্ষাৰ্থী লচ্ মী শইকীয়া।ধিঙৰ লাকলঙ্গীয়া গাঁওৰ লচ্ মী শইকীয়াই ২০২০ বৰ্ষৰ উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ধিং কে বি উচ্চতৰ মাধ্যমিক বিদ্যালয় কেন্দ্ৰৰ পৰা অসমীয়া বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰি অঞ্চলটিলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে আজি অসম সাহিত্য সভাৰ অন্তৰ্গত ধিং শতদল শাখা সাহিত্য সভাই ছাত্ৰী গৰাকীৰ বাসগৃহত উপস্থিত হৈ শেৱালি কবি ৰত্নকান্ত বৰকাকতী স্মাৰক কৃতী শিক্ষাথী বঁটা প্ৰদান কৰে। বঁটা গ্ৰহণ কৰি ছাত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ সন্মুখত বক্তব্য দাঙি ধৰে।


জুলফিকাৰ আলিৰ সহযোগত ধিঙৰ পৰা দীপজ্যোতি কাকতিৰ

টাইমলাইন অসম।।

Comments


OUR PROGRAM
bottom of page