top of page

অসম চৰকাৰৰ খিলঞ্জীয়া বিৰোধী স্থিতিৰ বিৰুদ্ধে আহোম সেনাৰ "প্ৰশ্নৰে প্ৰতিবাদ"

  • Writer: Timeline Asom
    Timeline Asom
  • Jul 9, 2020
  • 1 min read

ree

অসম চৰকাৰৰ খিলঞ্জীয়া বিৰোধী স্থিতিৰ বিৰুদ্ধে আহোম সেনাই ব্যতিক্ৰমী "প্ৰশ্নৰে প্ৰতিবাদ" সাব্যস্ত কৰে। ঐতিহাসিক বৰপুখুৰীৰ পাৰত জাতীয় সংগঠনটোৱে আজি পৰ্যন্ত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ লগতে বহুকেইটা খিলঞ্জীয়াবিৰোধী স্থিতি সন্দৰ্ভত অসম চৰকাৰক প্ৰশ্ন কৰে। আনহাতে অখিল গগৈ আৰু তেওঁৰ সতীৰ্থসকলক মুক্তিৰ দাবী জনোৱাৰ লগতে নতুন ভূমি নীতিৰ তীব্ৰ প্ৰতিবাদ জনায় আহোম সেনাই।

শিৱসাগৰৰ পৰা মাধৱ গগৈৰ প্ৰতিবেদন টাইমলাইন অসম।

Commentaires


OUR PROGRAM
bottom of page