top of page

অখিল গগৈৰ মুকলিৰ দাবীত ঢকুৱাখনাত প্ৰতিবাদ

Writer: Timeline Asom
Timeline Asom
Jul 23, 2020
1 min read

কৃষক নেতা অখিল গগৈ কৰ'না আক্ৰান্ত হৈ থকাৰ পাছতো চৰকাৰে জেলত আবদ্ধ কৰি ৰখাৰ প্ৰতিবাদত আৰু অখিল গগৈক বিনাচৰ্তে মুক্তিৰ দাবীত আজি সমগ্ৰ ৰাজ্যজুৰি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে পালন

কৰা প্ৰতিবাদী কাৰ্যসূচী ঢকুৱাখনাতো ৰূপায়ণ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কৰ্মীয়ে। মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি জ্বলাই-- বিজেপি চৰকাৰ গ' বেক, অখিল গগৈক বিনাচৰ্তে মুক্তি দিয়ক, আমি ন্যায় বিচাৰোঁ, চৰকাৰী দমন-নীতি বন্ধ কৰক ইত্যাদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি প্ৰতিবাদী কাৰ্যসূচী

ৰূপায়ণ কৰে।


ঢকুৱাখনাৰ পৰা

জ্ঞানশ্ৰী গগৈৰ প্ৰতিবেদন টাইমলাইন অসম ।।

Comments


OUR PROGRAM
bottom of page