top of page
  • Writer's pictureTimeline Asom

Timeline News Update


#News updates.#Timelineasomofficial.#Timelineasom. উদ্যমী যুৱ সমাজকৰ্মী বঁটাপ্ৰাপ্ত যাদৱ দাসৰ মহানুভৱতা/#নাৰায়ণপুৰৰ পৰা জগত গগৈৰ প্ৰতিবেদন/হোজাইৰ আনফৰ ফাউণ্ডেশ্যনৰ প্ৰশংসনীয় পদক্ষেপ। #ডবকাৰ পৰা হাচনুল ইছলামৰ প্ৰতিবেদন/আলিটাঙনী-জামুগুৰিত ঘৰে ঘৰে গৈ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতী ছাত্ৰ-ছাত্ৰীক অভিনন্দন আৰু সম্বৰ্ধনা জনালে সচেতন মঞ্চই ।#বটদ্ৰৱাৰ পৰা পূজা শইকীয়াৰ প্ৰতিবেদন/লখিমপুৰত ভূমি-নীতিক লৈ আম আদমী পাৰ্টিৰ স্মাৰক পত্ৰ প্ৰদান।#বগীনদীৰ পৰা ভূবন গৌতমৰ প্ৰতিবেদন/শিৱসাগৰৰ দুটা অঞ্চল নতুনকৈ কন্টেইনমেন্ট জ'ন ঘোষণা #শিৱসাগৰৰ পৰা মাধৱ গগৈৰ প্ৰতিবেদন/বিহপুৰীয়া সমষ্টিৰ উদীয়মান যুৱ সমাজকৰ্মী মঃ জলিল আহমেদৰ প্ৰশংসনীয় প্ৰচেষ্টা #নাৰায়ণপুৰৰ পৰা জগত গগৈৰ প্ৰতিবেদন ৷টাইম লাইন অসম ৷

9 views0 comments

Comments


bottom of page