top of page
  • Writer's pictureTimeline Asom

teaching timeline 4 by santanu nath . sub : Maths


শৈক্ষিক টাইমলাইন লকডাউনৰ প্ৰভাৱত ছাত্ৰ ছাত্ৰী সকল প্ৰভাৱিত হৈছে৷ এই প্ৰভাৱৰ পৰা কিছু পৰিমানে সকাহ পাব পৰাকৈ আমি ছাত্ৰছাত্ৰীসকলক কিছু আলোচনাধৰ্মী শৈক্ষিক কথা বতৰা আগবঢ়াই আহিছোঁ ৷ আমি আজি হাইস্কুলৰ ছাত্ৰ ছাত্ৰী সকলৰ প্ৰতি গণিত বিষয়ত কিছু কথা আলোচনা আগবঢ়াম৷ আলোচনা আগবঢ়াইছে নগাঁৱৰ শান্তনু নাথে৷ শান্তনু নাথ মথৰবড়ি শংকৰদেৱ উচ্চ মাধ্যমিক বিদ্যালয়ৰ গণিত বিষয়ৰ শিক্ষক ৷





4 views0 comments

Comments


bottom of page