top of page

O mur Apunar Desh, A programme with Assamese People In Abroad

Writer's picture: Timeline AsomTimeline Asom

প্ৰবাসী অসমীয়াৰ লকডাউন বিশেষ৷ এই দেশ ৷সেই দেশ৷ অ' মোৰ আপোনাৰ দেশ৷ লকডাউন, চৰকাৰৰ ব্যৱস্থাপনা, জনসাধাৰণৰ সহযোগ আৰু আমাৰ দেশৰে বা ৰাজ্যৰ তুলনা অনুভৱ কৰি আমি কথা পাতিছিলো এওঁলোকৰ সৈতে গুৱাহাটীৰ হিতেশ ডেকা বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াত তথ্য প্ৰযুক্তিৰ বিষয়া হিচাপে কৰ্মৰত। তিনিচুকীয়াৰ মমী চৈয়দ। তেওঁ বৰ্তমান অষ্ট্ৰেলিয়াৰ কেনবেৰা মহানগৰৰ বাসিন্দা। নগাঁৱৰ ড° মঞ্জুল কুমাৰ হাজৰিকা বৰ্তমান থাইলেণ্ডৰ প্ৰথুমথানিত GIC, AIT ত সঞ্চালকপ্ৰধান হিচাপে কৰ্মৰত মৰাণহাটৰ ড° মানসী গগৈ দত্ত বৰ্তমান বেংককৰ KMITL ত প্ৰবক্তা হিচাপে কৰ্মৰত৷ গুৱাহাটীৰ ভাৰ্গৱ কৌশিক বৰ্তমান স্থাপত্য কলাৰ শিক্ষণ উপদেষ্টাৰূপে KMUTT বেংককত কৰ্মৰত শ্ৰীলংকাৰ কলম্বোত থকা গুৱাহাটীৰ ড° গীতাঞ্জলি গোস্বামী। তেখেত বৰ্তমান কলম্বোত সাংস্কৃতিক-নৃতত্ব বিষয়ৰ গৱেষকৰূপে কৰ্মৰত। ডিব্ৰুগড়ৰ পলাশ ভূঞা আৰু লক্ষিমপুৰৰ মিছখা শৰ্মা বৰ্তমান ইংলেণ্ডৰ চেষ্টাৰৰ বাসিন্দা। পলাশ ভূঞা এগৰাকী এৰ'নেটিকেল ইঞ্জিনীয়াৰ, আৰু মিছখা শৰ্মা এগৰাকী মডেল৷ নগাঁৱৰ প্ৰিয়ানুজ ভূঞা। তেওঁ বৰ্তমান দক্ষিণ কোৰিয়াৰ জিয়ানজু মহানগৰত গৱেষক ছাত্ৰৰূপে অধ্যয়নৰত। আৰু মেচকুট, ওমানত থকা পংকজ বৰা৷ লক্ষিমপুৰৰ পংকজ বৰা বৰ্তমান মেচকুটত অভিযন্তাৰূপে কৰ্মৰত। assamese people in America, England, Australia, Thailand, Sri Lanka, South Korea, Oman discussing about Lockdown, Corona Virus and Covide 19




2 views0 comments

Recent Posts

See All

Opmerkingen


bottom of page