a show of assames people living abroad and other state of india, hosted by subham goswami, edited by neelabh sourav, planned by modarjyoti. অ' মোৰ আপোনাৰ দেশ, (ৰাষ্ট্ৰীয়) 3 Mumbai, Maharashtra জিমলী মহন্ত, মুম্বাই, মহাৰাষ্ট্ৰ দুলীয়াজান, ডিব্ৰুগড়ৰ জিমলী মহন্ত মহাৰাষ্ট্ৰৰ মুম্বাইত শিক্ষয়িত্ৰী হিচাপে কৰ্মৰত। Gurugram, Haryana গুৱাহাটীৰ নীতা মহন্ত তালুকদাৰ হাৰিয়ানাৰ গুৰুগ্ৰামত এন্টাৰপ্ৰিনিয়ৰ হিচাপে কৰ্মৰত Bangalore, Karnataka নগাঁৱৰ মমী বৰঠাকুৰ এগৰাকী গৃহিনী আৰু সম্প্ৰতি কৰ্ণাটকৰ বাংগালোৰ মহানগৰীৰ বাসিন্দা। প্ৰিয়দৰ্শিনী পাঠক গগৈ, বেংকৰ কৰ্মচাৰী আৰু সম্প্ৰতি কৰ্ণাটকৰ বাংগালোৰৰ বাসিন্দা Mumbai গুৱাহাটীৰ অৰুন্ধতী দাস এগৰাকী গৃহিণী আৰু সম্প্ৰতি মহৰাষ্ট্ৰৰ মুম্বাইৰ বাসিন্দা
Comments