o mur apunar desh 2
- Timeline Asom
- Jun 27, 2020
- 1 min read
অ' মোৰ আপোনাৰ দেশ-2 ৰাষ্ট্ৰীয় ৰুমি গোস্বামী, ৰাঁছী, ঝাৰখণ্ড গুৱাহাটীৰ ৰুমী গোস্বামী ৰাঁচীত এণ্টাৰপ্ৰিনিয়োৰ হিচাপে কৰ্মৰত। গোলাঘাটৰ অংকুৰ ৰাজখোৱা ভূৱনেশ্বৰত কেন্দ্ৰীয় চৰকাৰৰ ৰাজহুৱা খণ্ডৰ অধীনস্থ বিভাগত কৰ্মৰত যোৰহাটৰ ড° ৰূপম কুমাৰ বৰা ভূৱনেশ্বৰত পশু চিকিৎসক ৰূপে কৰ্মৰত গুৱাহাটীৰ নিৰ্মালী মহন্ত ভূৱনেশ্বৰত এগৰাকী গৃহিনী নলবাৰীৰ মনীষা শৰ্মা বৰঠাকুৰ (kolkata) এগৰাকী গৃহিনী নলবাৰীৰ গীতিমা দেৱী চেকেন্দৰাবাদত এগৰাকী বিশেষ প্ৰশিক্ষকৰূপে কৰ্মৰত Anchor Subham Goswami: National: 1. Rumi Goswami- Guwahati- Entrepreneur- Ranchi, Jharkhand 2. Ankur Rajkhowa Golaghat _-_Central PSU- Bhubaneswar, Odissa 3. Dr. Rupam Kr. Bora-Jorhat - Ventenary Doctor - Bhubaneswar, Odissa 4. Nirmali Mahanta-Guwahati -Housewife - Bhubaneswar, Odissa 5. Manisha Sharma Borthakur- Nalbari- Housewife- Kolkata, West Bengal 6. Geetima Devi- Nalbari- Special Educator- Secunderabad, Telangana
Comments