top of page
  • Writer's pictureTimeline Asom

Numaligarh pineapple farmer


.ৰাজ্যৰ ভিতৰতে সুস্বাদু আৰু ৰসাল হোৱা আনাৰসৰ খেতি হয় কাৰ্বি আংলঙত । বছৰ বছৰ ধৰি একমাত্ৰ আনাৰসৰ খেতি কৰি নিজ পৰিয়াল পোহপাল দিয়ে এইসকল কৃষকে ।

নুমলীগড়ৰ কাষৰীয়া কাৰ্বিআংলং জিলাৰ নীলিপ উন্নয়ন খণ্ডৰ অন্তৰ্গত চেপাটি গাৱঁত এতিয়া আনাৰসৰ সুবাস ৷ ৫০ বছৰৰ অধিক কাল প্ৰজন্মৰ পিছত প্ৰজন্মই কৰি আহিছে আনাৰসৰ খেতি ৷ প্ৰধান খেতি হিচাপে লৈ এই খেতিৰ দ্বাৰা স্বাবলম্বী হোৱাৰ লগতে পৰিয়াল পোহপাল দিয়াৰ উপৰিও সন্তানক উচ্চ শিক্ষাৰে শিক্ষিত কৰিছে কৃষকসকলে ৷ আহকছোন জানো, কৃষিকাৰ্যৰে সেউজ বিপ্লৱৰ সূচনা কৰা ৰবেন তেৰণ নামৰ কৃষকজনে কিদৰে কৰিছে আনাৰসৰ খেতি ৷

সমিক্ষা মহন্তৰ প্ৰতিবেদন Time line অসম ৷

5 views0 comments

Komentáře


bottom of page