top of page

GMCHৰ পৰা মুকলি হ'ল ধৈৰ্য কোঁৱৰ আৰু বিতু সোণোৱাল

  • Writer: Timeline Asom
    Timeline Asom
  • Jul 20, 2020
  • 1 min read



কৰ'ণামুক্ত হোৱাৰ পাছতেই GMCHৰ পৰা মুকলি হোৱা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ দুয়োজন নেতা ধৈৰ্য কোঁৱৰ আৰু বিতু সোণোৱাল

আজি মুকলি আকাশৰ তললৈ আহিব ।


মুক্তিলাভ কৰিলে কৃষক মুক্তিৰ দুই নেতা ধৈৰ্য কোঁৱৰ আৰু বিতু সোণোৱালে ।


‘নিয়া’ৰ গোচৰত দীৰ্ঘদিনে কাৰাগাৰত বন্দী হৈ আছিল দুয়ো।

কাৰাগাৰৰ পৰা ওলায়েই বিস্ফোৰক ৰূপ ধাৰণ কৃষক মুক্তিৰ দুই নেতাৰ…।


গুৱাহাটীৰ পৰা‌ ৰাজ দাসৰ প্ৰতিবেদন টাইমলাইন অসম

Comments


OUR PROGRAM
bottom of page