Department of Agriculture: BiswanathCommunity Nursery 2020 - 21
Jul 7, 2020
1 min read

"RKVY"(RAFTER) DISASTER MANAGEMENTৰ অধীনত বানাক্ৰান্ত ৰাইজৰ সহায়ৰ বাবে বিশ্বনাথ জিলা কৃষি বিভাগে বাঘমৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত জিনজিয়া ADO circleৰ বুঢ়ীগাঙত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্তই বিশ্বনাথ জিলাৰ উপায়ুক্ত, বিশ্বনাথ জিলা কৃষি বিষয়া তথা বিভাগীয় বিষয়া আৰু বিশিষ্ট ব্যক্তিসকলৰ সৈতে কঠীয়াৰ বাবে (ৰঞ্জিত চাব-১)ধানৰ বীজ সিঁচি আচঁনিখনৰ শুভাৰম্ভ কৰে৷
জিলাখনৰ প্ৰত্যেকটো ব্লকৰ অন্তৰ্গত একোখনকৈ ঠাইত বানাক্ৰান্ত ৰাইজৰ খেতিপথাৰৰ কঠীয়াৰ বাবে অসম চৰকাৰৰ কৃষি বিভাগে ব্যৱস্থা কৰিছে৷
বিশ্বনাথৰ পৰা পলাশ প্ৰিয়মৰ প্ৰতিবেদন
টাইমলাইন অসম






Comments