top of page

Breaking News

  • Writer: Timeline Asom
    Timeline Asom
  • Jul 8, 2020
  • 1 min read

বোকাজানত লাহৰিজান দুদু কলনিত ভয়ংকৰ অগ্নিকাণ্ড।


৫০০ৰো অধিক ঘৰ জুইত ভস্মীভূত ।। জুইৰ লেলিহান শিখাই আৱৰি ধৰিছে সমগ্ৰ অঞ্চল।। অগ্নিকাণ্ড সূত্ৰপাতৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই।। কেইবালাখ টকাৰ সা সামগ্ৰী জুইত ভস্মীভূত।। ইতিমধ্যে ঘটনাস্থলীত অগ্নিনিৰ্বাপাক বাহিনী উপস্থিত হয়। । এগৰাকী ৪ বছৰীয়া শিশু জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ।


বোকাজানৰ পৰা সমিক্ষা মহন্ত

টাইমলাইন অসম ।।

Comments


OUR PROGRAM
bottom of page