লাহৰিঘাটত নিৰ্বাচনী তৎপৰতা
- The Megon
- Mar 18, 2021
- 1 min read
আগন্তুক বিধানসভা নির্ৱাচনৰ দিন যিমানে চমু চাপি আহিছে সিমানে ব্যস্ততা দেখা গৈছে ৰাজনৈতিক দল সমুহৰ মাজত
কি কংগ্ৰেছ ,কি বিজেপি বহি থকা নাই নিৰ্দলীয় প্ৰাৰ্থী মহানন্দ পাটগিৰি।
বি জে পি পৰা পৱল টিকতৰ দাৱীদাৰ আছিল মহানন্দ পাটগিৰি,।
দলে টিকত নিদিয়াত তেওঁ লাহৰিঘাট সমষ্ঠিত ৰাইজৰ সেৱা আগবঢ়াবলৈ নিদলীয়াকৈ মনোনয়ন দাখিল কৰি ,তেওঁ এতিয়া ব্যস্ততা প্রচাৰত নিজৰ ৰনকৌশল সাজু কৰি ৰনশিঙা বজাই ব্যস্ত প্ৰচাৰত ।ঘৰে ঘৰে গৈ ব্যস্ত নিৰ্বাচনী প্ৰচাৰত । বজাৰতো ভিৰ ৰাইজৰ মৰমৰ নেতা গৰাকীক লগ পাবলৈ।
Comments